পেতাল বংশ
শুৱালকুছিৰ ঐতিহ্যমণ্ডিত বংশ সমূহৰ ভিতৰত পেতাল বংশ অন্যতম৷ অতিজত এই বংশৰ লোকসকল প্ৰধানত মুদৈ আছিল৷ সময়ৰ সোঁতত এই বংশৰ লোকসকল বৰ্তমান বিভিন্ন ধৰণৰ ব্যৱসায়ত জড়িত হৈ পৰে৷ কিছু সংখ্যকে চাকৰিত যোগদান কৰে যদিও অধিক সংখ্যকে এতিয়াও ব্যৱসায়কে মূল জীৱিকা ৰূপে গ্ৰহণ কৰি আছে৷
বংশ বৃক্ষ